১টা পৰ্ব
এই ছিৰিজত
- গঁড়ুকাজিৰঙাৰ এটা সৰু এখৰ্গীয়া গঁড়। সকলো কথাতে কৌতূহল, অলপ আউলীয়া, কিন্তু মনটো বৰ ভাল।
- ধনেশডাঙৰ ঠোঁটৰ এটা ধনেশ চৰাই। গোটেই অৰণ্যখন ওপৰৰ পৰা দেখে, জ্ঞানী, কিন্তু নিজৰ ঠোঁটটোক লৈ অলপ গৌৰৱী।
- শিহুব্ৰহ্মপুত্ৰৰ এজনী শিহু। চকুৰে ভালকৈ নেদেখে, কিন্তু শব্দ শুনি সকলো বুজি পায়।