আলোচনা
AIৰ যুগত প্ৰাসংগিক হৈ থাকিবলৈ মানসিক দক্ষতাৰ বিকাশ অপৰিহাৰ্য
মানুহৰ শাৰীৰিক বয়স সময়ৰ দ্বাৰা নিৰ্ধাৰিত হয়, কিন্তু মানসিক বয়স নিৰ্ভৰ কৰে দক্ষতাৰ বিকাশৰ ওপৰত। বয়স বাঢ়িলেই যে মানুহৰ চিন্তা-চৰ্চা, সমস্যা সমাধানৰ ক্ষমতা, সিদ্ধান্ত গ্ৰহণৰ দক্ষতা বা পৰিস্থিতিৰ সৈতে খাপ খুৱাই লোৱাৰ…
লেখক: Ashim Sarmah · · ♥ ১ টা লাইক