মূল বিষয়লৈ যাওক
লাগতিয়ালমুখপৃষ্ঠা
শিশু সাহিত্য

মেকুৰী আৰু জোনবাই

লেখক: Pranjit Gogoi ·

মেকুৰী এটি চালত উঠি
জোনবাইলৈ চায়,
"এনে ডাঙৰ পিঠা এখন
কোনে আকাশত থয়?"

জাপ মাৰিলে, ঢেকুৰ খালে,
পৰিল খেৰৰ দ'মত,
জোনবাইয়ে খিলখিলাই হাঁহে
ডাৱৰৰ সেই কোণত।

আইতাই ক'লে, "শুনা মেকুৰী,
পিঠা থাকে চৰুত,
জোনবাই হ'ল সকলোৰে
জিলিকি থকা ৰাতিৰ মুখত।"

এতিয়ালৈ কোনো লাইক নাই
শ্বেয়াৰ কৰকWhatsAppFacebookX
এই লেখাৰ বিষয়ে ৰিপোৰ্ট কৰক

লেখাটো অনুচিত হ'লে বা আনৰ লেখা নকল কৰিলে সম্পাদকক জনাওক।

সমস্যাটো কি?

স্বত্বাধিকাৰৰ বাবে, মূল লেখা ক'ত প্ৰকাশ পাইছিল আৰু তাৰ সৈতে আপোনাৰ সম্পৰ্ক কি, লিখক।