Skip to main content
LagatiyalHome
Children's literature

মেকুৰী আৰু জোনবাই

By Pranjit Gogoi ·

মেকুৰী এটি চালত উঠি
জোনবাইলৈ চায়,
"এনে ডাঙৰ পিঠা এখন
কোনে আকাশত থয়?"

জাপ মাৰিলে, ঢেকুৰ খালে,
পৰিল খেৰৰ দ'মত,
জোনবাইয়ে খিলখিলাই হাঁহে
ডাৱৰৰ সেই কোণত।

আইতাই ক'লে, "শুনা মেকুৰী,
পিঠা থাকে চৰুত,
জোনবাই হ'ল সকলোৰে
জিলিকি থকা ৰাতিৰ মুখত।"

No likes yet
ShareWhatsAppFacebookX
Report this piece

Tell the editors if this piece is inappropriate or copies someone else's work.

What's the problem?

For copyright, say where the original was published and how you're connected to it.